সংখ্যালঘু বৌদ্ধিক সমাজৰে কি আলাপ হ’ল মুখ্যমন্ত্ৰীৰ?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ৰাজ্যৰ ডেৰ শতাধিক সংখ্যালঘু বিশিষ্ট ব্যক্তিৰে প্ৰথমবাৰৰ বাবে বৈঠকত বহিল ৰাজ্য চৰকাৰ। দেওবাৰে খানাপাৰাত অনুষ্ঠিত বৈঠকত জনসংখ্যা বিস্ফোৰণক বৃহৎ সমস্যা ৰূপে ঐক্যমত পোষন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত খিলঞ্জীয়া মুছলমানৰ বুদ্ধিজীৱি,চিকিৎসক, শিক্ষাবিদে অংশগ্ৰহণ কৰা বৈঠকখনৰ তিনিটা উল্লেখযোগ্য সিদ্ধান্ত ক্ৰমে-

????খিলঞ্জীয়া মুছলমানৰ আৰ্থসামাজিক সমস্যা অধ্যয়নৰ বাবে বিশিষ্ট সংখ্যালঘু নাগৰিকৰ অধ্যক্ষতাত গঠন হ’ব ৮ উপ-গোট

????৩ মাহত ৮ প্ৰতিবেদন দাখিলৰ পাছত ৫ বছৰত হ’ব ৰূপায়ন

????মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ, শিক্ষা,স্বাস্থ্য, দক্ষতা বিকাশ, সাংস্কৃতিক ঐতিহ্য ৰক্ষা,মহিলা সৱলীকৰণ আদি বিষয়ত হ’ব অধ্যয়ন।।

You might also like
Leave A Reply

Your email address will not be published.