সংসদৰ দুই সদনক সাঙুৰি মুকলি সংসদ টিভি

আজি মুকলি হল দেশৰ সংসদ টিভি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে সংসদ টিভি। প্ৰধানমন্ত্ৰীক সহযোগ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে। লোকসভা টিভি,ৰাজ্য সভা টিভিৰ বিকল্প হব সংসদ টিভি। দেশৰ দুই সদনৰ কাম-কাজ সম্প্ৰচাৰিত হব সংসদ টিভিত।

You might also like
Leave A Reply

Your email address will not be published.