আলফা স্বাধীনৰ ম্যানমাৰস্থিত চলমান শিৱিৰৰ পৰা পলায়ণ কৰা দুই সদস্যক ভাৰত-ম্যানমাৰ সীমান্তত আটক ৷অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ননব্লুত আটক দুই সদস্যক। ২১ আগষ্টৰ দিনা ম্যানমাৰৰ ছাঙ্গহাই চলমান শিৱিৰৰ পৰা পলায়ন কৰিছিল আলফা সদস্য দুজনে। আটক হোৱা সদস্য দুজন সূৰুজ মৰাণ ওৰফে ৰাঘৱ অসম আৰু বিকাশ ৰাজবংশী ওৰফে ৰিয়ান অসম।
ইয়াৰে ৰাঘৱৰ ঘৰ মাকুমত আৰু ৰিয়ানৰ ঘৰ মাৰ্ঘেৰিটাৰ মাকুমপথাৰত।দুয়োজনকে খুনচাৰ আসাম ৰাইফলচৰ শিবিৰত ৰখা হৈছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like