সোমবাৰৰ পৰা নতুন ক’ভিড নীতি

দুৰ্যোগ প্ৰশমন বিভাগৰ সংশোধিত SOP প্ৰকাশ

????সোমবাৰৰ পৰা বিয়লি ৪ বজালৈকে খোলা থাকিব গুৱাহাটীৰ দোকান-পোহাৰ

????কামৰূপ মহানগৰত বিয়লি ৫ বজাৰ পৰাহে সান্ধ্য আইন

????শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰীয়ে বিয়লি ৩ বজালৈকে দোকান-বজাৰ খোলা থাকিব আৰু ৪ বজাৰ পৰা সান্ধ্য আইন বুলি জনাইছিল

????আন ৯ খন জিলাটো বিয়লি ৫ বজাৰ পৰাহে সান্ধ্য আইন

????জিলা কেইখন হাইলাকান্দি,মাজুলি, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউ

????বাকী জিলা সমূহত দিনৰ ১ বজালৈকে দোকান-পোহাৰ খোলা আৰু ২ বজাৰ পৰা সান্ধ্য আইন

????৩ খন জিলা,এটা মহকুমাত সোমবাৰৰ পৰা এসপ্তাহ সম্পূৰ্ণ লকডাউন

????এসপ্তাহলৈ বন্ধ মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা জিলা আৰু বোকাখাত মহকুমা

????কেৱল গেলামালৰ দোকান খোলা ৰখাৰ লগতে গাখীৰ বিক্ৰিৰ অনুমতি বিয়লি ৫ বজালৈ

????শাক-পাচলি আৰু ফল-মূল গেলামালৰ দোকানীয়েহে বিক্ৰি কৰিব পাৰিব।।

You might also like
Leave A Reply

Your email address will not be published.