স্থান প্ৰাপক নাথাকিব মেট্ৰিক,HS পৰীক্ষাত

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আছু, এবছু আৰু যুৱ ছাত্ৰ পৰিষদ আলোচনাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-
????এই বৰ্ষৰ মেট্ৰিক, উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অসম চৰকাৰৰ কোনো চাকৰি কৰিব নোৱাৰিব বুলি আৰু প্ৰমাণপত্ৰ, মাৰ্কশ্বিটৰ মান্যতা পূৰ্বৱৰ্তী-পৰৱৰ্তী বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে একে নহ’ব বুলি প্ৰকাশ কৰা চৰকাৰী জাননীৰ ৫ নং দফা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
????এইবছৰ মেট্ৰিক, উচ্চতৰ মাধ্যমিক স্তৰত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে পোৱা প্ৰমাণপত্ৰ, মাৰ্কশ্বিট উচ্চশিক্ষা, চৰকাৰৰ সকলো চাকৰি প্ৰমুখ্যে আন সকলো ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
????চৰকাৰে প্ৰয়োজন হ’লে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে সমান-সূচক পৰীক্ষা (Equalising Test) অনুষ্ঠিত কৰিব পাৰিব।
????ফলাফলত আগৰ দৰেই ষ্টাৰ আৰু ডিষ্টিংশ্বন প্ৰদান কৰিব।

You might also like
Leave A Reply

Your email address will not be published.