স্বৰ্ণক স্মৰণীয় কৰাৰ প্ৰয়াস

এতিয়াৰে পৰা নীৰজ চোপ্ৰাই অলিম্পিকত স্বৰ্ণ জয় কৰা ৭ আগষ্টৰ দিনটো দেশজুৰি উদযাপন কৰা হ’ব “জেভেলিন থ্ৰো দিৱস” হিচাপে। টকিঅ’ অলিম্পিক-২০২০ ত নীৰজ চোপ্ৰাৰ সোণৰ পদক ভাৰতবাসীৰ বাবে এটা স্মৰণীয় সাফল্য। এথেলেটিকছত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচা প্ৰথমজন ভাৰতীয় নীৰজৰ সোণৰ পদক বিজয়ী প্ৰচেষ্টাৰ সন্মানাৰ্থে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে ৭ আগষ্টৰ দিনটো নামকৰণ কৰিছে “জেভেলিন থ্ৰো দিৱস” ৰূপে।।

You might also like
Leave A Reply

Your email address will not be published.