হিমাচলত ভয়ংকৰ ভূমিস্খলন

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত ধ্বংসস্তুপত ৪০ জনৰো অধিক লোক পোত যোৱাৰ আশংকা কৰা হৈছে।
জিলাখনৰ উপায়ুক্ত গৰাকীয়ে জনোৱা মতে হিমাচল পথ পৰিবহণ নিগমৰ (এইচ আৰ টি চি) বাছকে ধৰি কেইবাখনো বাহন ধ্বংসস্তুপত পোত গৈছে।

ইতিমধ্যে সেনা, এন ডি আৰ এফ আৰু স্থানীয় উদ্ধাৰকাৰী দলক উদ্ধাৰ কাৰ্যৰ বাবে উক্ত স্থানলৈ পঠিওৱা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.