হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

হোজাই জিলাৰ লংকাৰ টেলিবস্তিত বিধ্বংসী অগ্নিকাণ্ড। নিতীশ দাস নামৰ ব্যৱসায়ী এজনৰ এখন ডেকৰেটৰৰ দোকানৰ গুদাম ঘৰত এই অগ্নিকাণ্ড। আজি বিয়লি সংঘটিত এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বাতৰি লিখা পৰলৈ জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.