১২ জুলাইৰ পৰা বিধান সভাৰ বাজেট অধিবেশন

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিবেশন। ১৬ জুলাইত ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিব ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বাজেট। বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৱা ফ্ৰেব্ৰুৱাৰী মাহত ৰাজ্যৰ বিত্ত বিভাগে মাত্ৰ চাৰি মাহৰ বাবে দাখিল কৰিছিল লেখানুদান। অহা ১৩ আগষ্ট পৰ্যন্ত চলিব লগা এইবেলিৰ বাজেট অধিবেশনৰ মুঠ কৰ্মদিন হ’ব পোন্ধৰ দিন।।

You might also like
Leave A Reply

Your email address will not be published.