১৫ নৱেম্বৰত ‘জনজাতীয় গৌৰৱৰ দিন’

জন নায়ক ভগৱান বীৰছা মুণ্ডাৰ জন্মদিন সমগ্ৰ দেশজুৰি উদযাপিত হ’ব ‘জনজাতীয় গৌৰৱৰ দিন’ ৰূপে।১৫ নৱেম্বৰত জনজাতীয় কিংবদন্তি বীৰছা মুণ্ডাৰ জন্মদিনৰ প্ৰাকক্ষণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।।

You might also like
Leave A Reply

Your email address will not be published.