২ সাংবাদিকলৈ শান্তিৰ ন’বেল

ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা।দুগৰাকী সাংবাদিকলৈ এইবেলি আগবঢ়োৱা হৈছে শান্তিৰ ন’বেল।
মাৰিয়া ৰেছা আৰু ডিমিত্ৰী মুৰাটভলৈ এই সন্মান।মাৰিয়া ৰেছা ফিলিপাইনছৰ সাংবাদিক।
আনহাতে ডিমিত্ৰী মুৰাটভ হৈছে ৰাছিয়াৰ সাংবাদিক।নিৰ্ভীক সাংবাদিকতাৰ লগতে বাক স্বাধীনতাৰ হৈ মাত মাতি আহিছিল দুয়োগৰাকী সাংবাদিকে।।

You might also like
Leave A Reply

Your email address will not be published.