GNRCৰ অধীক্ষক সুব্ৰত ভাগৱতীসহ দিছপুৰ থানাত হাজিৰ হ’ল চিকিৎসক ডাঃ নৱনীল বৰুৱা।মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত চিকিৎসক জনৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাৎ কৰিলে ডাঃ বৰুৱাই। সাংবাদিকৰ সমুখত ডাঃ বৰুৱাৰ মন্তব্য- পূৰ্বৰ পৰা তেওঁৰ চিনাকি নাছিল ৰাজকন্যাৰ সৈতে।ৰাজকন্যাক তেওঁ ICUত ভৰ্তি কৰোৱা নাছিল বুলিও মন্তব্য চিকিৎসকজনৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like