আজি ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ । ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত চিকিৎসা সেৱা। বহিঃ বিভাগৰ চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকিল চিকিৎসক। পুৱা ৮ বজাৰ পৰা ১১ বজালৈ অচল OPD।চিকিৎসকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগেৰে প্ৰতিবাদ চিকিৎসকৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like