অসম ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা।ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তাৎক্ষণিক ভাবে কাৰ্যকৰী হোৱাকৈ অসম ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা কৰিছে।অচিৰেই বৰ্তমানৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা ৰাজ্যিক সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰিব ৰঙিয়াৰ বিধায়কজনে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.