ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-
অসম বিধান সভাত ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ক্ৰীড়া(National Games)ত পদক লাভ কৰিলেই অসমৰ খেলুৱৈয়ে লাভ কৰিব চৰকাৰী চাকৰি।পূৰ্বৰ পদক বিজয়ী সকলে লাভ কৰিব ক্ৰীড়া পেঞ্চন। মুখ্যমন্ত্ৰীৰ ঘোষণাই উৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ ক্ৰীড়া মহলক।।