ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সকিয়নি ভাৰতৰ

ৰাষ্ট্ৰসংঘত ভাৰতৰ পাকিস্তানক তুলাধুনা। ভাৰতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত পাকিস্তানক ভাৰত বিৰোধী অপপ্ৰচাৰৰ বাবে তীব্ৰ সমালোচনা কৰাৰ লগতে জম্মু আৰু কাশ্মীৰৰ অবৈধভাৱে অধিকৃত অঞ্চলসমূহ তৎক্ষণাৎ খালী কৰিবলৈ কয়।

পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰদান কৰা মঞ্চৰ অপব্যৱহাৰ কৰা বুলি ৰাষ্ট্ৰসংঘৰ স্থায়ী মিছন পৰামৰ্শদাতা ড০ কাজল ভাটে অভিযোগ কৰে।

You might also like
Leave A Reply

Your email address will not be published.