ৰেংক নাথাকিব এইবেলিৰ মেট্ৰিকৰ ফলাফলত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত নাথাকিব কোনো ৰেংক।আজি ছেবাৰ কাৰ্যালয়ত বিশিষ্ট শিক্ষাবিদ ডঃ অলক কুমাৰ বুঢ়াগোহাঁইৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকত হোৱা পৰীক্ষাৰ মূল্যাংকন সম্পৰ্কীয় সিদ্ধান্তৰ প্ৰতিবেদন আজিৰ ভিতৰতে দাখিল কৰা হ’ব শিক্ষামন্ত্ৰী ৰনোজ পেগুক। অন্য ৰাজ্যৰ আৰ্হি গ্ৰহণেৰে প্ৰস্তুত কৰা হৈছে মূল্যাংকনৰ ৰূপৰেখা। অনিয়মীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো থাকিব বিশেষ ব্যৱস্থা।।

You might also like
Leave A Reply

Your email address will not be published.