পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে জয় কৰিছে ইউৰো ২০২০ ৰ গোল্ডেন বুট। দেওবাৰে ৱেম্বলীত অনুষ্ঠিত টুৰ্ণামেণ্টৰ ফাইনেলত ইংলেণ্ড বা ইটালীৰ কোনো খেলুৱৈয়ে তেওঁৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। ৰোনাল্ডোৱে প্ৰতিযোগিতাখনত সৰ্বমুঠ পাঁচটা গ’ল কৰিছিল ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like