নিউজ ডেস্ক—

ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। সোমবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৭৬ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১১৯গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৪ গৰাকী আক্ৰান্তৰ। পজিটিভিটীৰৰ হাৰ ০.৭০ শতাংশ। ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৪২ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১,৯০৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩১১ ক’ভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.২২ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.