ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ, হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৫৭৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৬ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৫০ জন লোক। পজিটিভিটীৰ হাৰ ১.৬২। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৭,১৫৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৭২৪।সুস্থ হৈ ঘৰলৈ ওভতিছে ৩৯,৬৪৯ জন।

You might also like
Leave A Reply

Your email address will not be published.