ৰোনাল্ড’ৱে জিনিলে গ’ল্ডেন বুট

পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে জয় কৰিছে ইউৰো ২০২০ ৰ গোল্ডেন বুট। দেওবাৰে ৱেম্বলীত অনুষ্ঠিত টুৰ্ণামেণ্টৰ ফাইনেলত ইংলেণ্ড বা ইটালীৰ কোনো খেলুৱৈয়ে তেওঁৰ গ’লৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। ৰোনাল্ডোৱে প্ৰতিযোগিতাখনত সৰ্বমুঠ পাঁচটা গ’ল কৰিছিল ।

You might also like
Leave A Reply

Your email address will not be published.