নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত ক’ভিড পৰিস্থিতি পুণৰ অৱনতি। বৃৃদ্ধি পাইছে সংক্ৰমণ আৰু মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৫৭৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২১৭ জন লোক। পজিটিভিটীৰ হাৰ ১.৫৩। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩০,৮১৮ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,০২৪।