ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক’ভিড পৰিস্থিতি পুণৰ অৱনতি। বৃদ্ধি পাইছে সংক্ৰমণ আৰু মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,১৬৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৩ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৫৮ জন লোক।আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪০,২১৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৬২৩।

You might also like
Leave A Reply

Your email address will not be published.