১৭৮৪ ইংৰাজ ভাষাতত্ত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ মৃত্যু।
১৯২৫ সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু।
২০০১ ভাৰতীয় সংসদত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সাতজন নিৰাপত্তাৰক্ষীকে ধৰি পাঁচজন সন্ত্ৰাসবাদী আৰু এজন বাগিচা কৰ্মী নিহত, ২৬ জন লোক আহত।
২০০৩ যশ চোপ্ৰালৈ দাদা চাহেব ফাল্কে বঁটা।
১৯৯২ ইণ্ডোনেছিয়াত হোৱা এক ভূমিকম্পত ২,৫০০ লোকৰ মৃত্যু।
২০০০ জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।
১৯৬২ বিশ্বৰ প্ৰথমটো ‘ৰিলে’ উপগ্ৰহ উৎক্ষেপণ। উপগ্ৰহটোৱে টেলিভিছন, টেলিফোন, টেলিপ্ৰিন্টাৰ, ফ্ৰেক্স আৰু অন্যান্য সংকেত আমেৰিকা, ইউৰোপ আৰু ব্ৰাজিলৰ মাজত প্ৰেৰণ কৰে।
১৯৯০ ভাৰত চৰকাৰৰ অত্যাৱশকীয় পণ্য সৰবৰাহ আইন প্ৰত্যাহাৰ। ১৯৮১ চনত ইন্দিৰা গান্ধীৰ আমোলত এই আইন ভাৰতত জাৰি কৰা হৈছিল।
১৯৮১ পোলেণ্ডত সামৰিক বাহিনী ক্ষমতা দখল।
১৯৯৩ ৰাছিয়াত নতুন সংবিধানৰ বাবে হোৱা গণভোটত বৰিছ য়েল্টছিন জয়ী।
১৯৮৯ অপহৃত ডাঃ ৰুবিয়া ছয়ীদৰ মুক্তি।
১৯২৮ কবি-সমালোচক জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like