অৰুণাচলত ভয়ংকৰ দূৰ্ঘটনা

নেচনেল ডেস্ক –

অৰুণাচল প্ৰদেশত এক শোকাৱহ দূৰ্ঘটনা। বুধবাৰে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আন সাতজন গুৰুতৰভাৱে আহত হৈছে।

ঘটনাটো আপাৰ চিয়াং জিলাৰ পাংগো গাঁৱৰ ওচৰত সংঘটিত হয়। ইণ্ডো-তিব্বেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) হেলিক’প্টাৰে আহত সেনা জোৱান সকলক তৎপৰতাৰে দূৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

You might also like
Leave A Reply

Your email address will not be published.