আজি আগন্তুক ছমাহৰ বাবেহে দাখিল কৰা হ’ব বাজেট।
পূৰ্বে ছমাহৰ বাবে দাখিল কৰা হৈছিল লেখানুদান।
অহা ফ্ৰেব্ৰুৱাৰীতহে দাখিল কৰা হ’ব পূৰ্ণাংগ বিত্তীয় বাজেট।
আজি বিয়লি ৩ বজাত বিত্তমন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰিব বাজেট।
আজিৰ বাজেট ভাষন চুটি হ’ব বিত্তমন্ত্ৰীৰ।
বিত্তমন্ত্ৰীৰ ভাষনৰ পাছতে সদনত বক্তব্য আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।