ধনশিৰীৰ অন্তিম গৰাকী মুক্তিযোদ্ধাৰ বিয়োগ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ক’ভিডত আক্ৰান্ত হৈ মুক্তি যোদ্ধা ঘনকান্ত মহন্তৰ দেহাৱসান।
গোলাঘাট জিলাৰ তথা ধনশিৰি মহকুমাৰ অন্তিম গৰাকী মুক্তি যোদ্ধা ঘনকান্ত মহন্তৰ ক’ভিডত আক্ৰান্ত হৈ ৯৬ বছৰ বয়সত শণিবাৰে গধূলি মৃত্যু ঘটে।
মহন্তৰ মৃত্যুত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমা প্ৰশাসন, ধনশিৰি মহকুমা সাংবাদিক সংস্থা, আপকু, ধনশিৰি মহকুমা ডিজিটেল সাংবাদিক সংস্থা আৰু বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.