ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত সামান্য উন্নত ক’ভিড পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩৭ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ২,২২৪ জনকৈ লোক। কামৰূপ (মেট্ৰ’)ত এদিনতে আক্ৰান্ত হৈছে ৩০৯জন লোক। আক্ৰান্তৰ হাৰ ৩.০৩ শতাংশ। আনহাতে দেশত ক্ৰমে তললৈ নামিছে সংক্রমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,০০,৬৩৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৪২৭।।

You might also like
Leave A Reply

Your email address will not be published.