আজি ৮ ফেব্ৰুৱাৰী

➡️আজিৰ দিনটো বিদ্যাৰ্থী দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৮৫ চনৰ আজিৰ দিনটোতে গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ স্বদেশলৈ (ইংলেণ্ড) প্ৰত্যাৱৰ্তন।
➡️১৮২৮ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে কল্প-বিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্নৰ জন্ম হৈছিল।
➡️১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াৰ ৰসায়নবিদ ডমিট্ৰি আইভান’ভিচ মেণ্ডেলিয়েভৰ জন্ম হৈছিল।
➡️১৮৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ জন্ম হৈছিল।
➡️২০০৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে ডঃ ভবেন্দ্ৰ নাথ শইকীয়ালৈ মৰণোত্তৰভাৱে অসম সাহিত্য সভাৰ মহীয়ান সন্মান।
➡️২০০৫ চনৰ এই দিনটোতে অসম আৰক্ষীৰ প্ৰায় চাৰে পাঁচ হাজাৰ কনিষ্টবল নিযুক্তিক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ক্ষোভ, প্ৰতিবাদৰ সৃষ্টি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.