মেট্ৰিক,HS পৰীক্ষা কেতিয়া?

ব্যুৰ’ ৰিপ’ৰ্ট,এন ই ভাৰত

সংবাদমেল যোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা ।

➡️ ১ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব পাৰে পৰীক্ষা।

➡️কেতবোৰ নীতিৰ লগতে কভিড প্ৰ’টকল মানি অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ।

➡️ফলাফলকে আদি কৰি পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হ’ব ৫ ছেপ্তেম্বৰৰ ভিতৰত।

➡️বিষয় আৰু নম্বৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ। সংকুচিত নম্বৰ আৰু সংকুচিত বিষয়েৰে হ’ব পৰীক্ষা ।

You might also like
Leave A Reply

Your email address will not be published.