ক’ভিড আপডেট

নিউজ ডেস্ক— দুবছৰৰ পিছত কোভিড শূন্য হ’ল অসম। ২৪ ঘণ্টাত অসমত নাই এজনো কোভিড ৰোগী। যোৱা ২৪ ঘণ্টাত এজনো মৃত্যু হোৱা নাই কোভিড ৰোগী। বৃহস্পতিবাৰৰ দিনটোত কৰা হৈছিল ১৭১৩জনৰ কোভিড টেষ্ট। এজনৰো শৰীৰত ধৰা নপৰিল কোভিড19। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোনোলোক কোভিডত আক্ৰান্ত নাইবা মৃত্যু ঘটা নাই।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৪,১৯৪ গৰাকী ।মৃত্যুমুখত পৰিছে ২৫৫ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৫২ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.