আজি ১১ মাৰ্চ

➡️১৮৯১ চনৰ ১১ মাৰ্চ তাৰিখে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেবীৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিৱাহ হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে ইংৰাজ জীৱাণু বিজ্ঞানী ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙৰ মৃত্যু হৈছিল।
➡️১৯৭০ চনৰ এই দিনটোতে মাৰ্কিন ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১১ মাৰ্চ তাৰিখে ভাৰতৰ বেডমিণ্টন খেলুৱৈ পুলিল্লা গোপীচান্দৰ ‘অল ইংলেণ্ড বেডমিন্টন চেম্পিয়নশ্বিপ’ খিতাপ অৰ্জন।
➡️২০০৫ চনৰ এই দিনটোতে ভূপালত এটা ষোল্লমহীয়া শিশুৰ পেটত ওঠৰটা বেজী উদ্ধাৰ হৈছিল।
➡️২০০৮ চনৰ আজিৰ দিনটোতে সাহিত্যিক পদ্ম বৰকটকীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.