২৮ পত্নী,১৩৫ সন্তান লৈ ৩৭ নম্বৰ বিয়াত বহিল দৰা

নিউজ ডেস্ক-

এজন ব্যক্তি । ব্যক্তিজন বৰ্তমান ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ব্যক্তিজন ভাইৰেল হোৱাৰ কাৰণ জানিলে আপুনিও আচৰিত হৈ পৰিব। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ব্যক্তিজন এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। কাষতে আছে কিছু সংখ্যক লোক। ইয়াত থকা সকলো লোক তেঁওৰে পত্নী-সন্তান তথা নাতি-পুতি। জানিলে আচৰিত হ’ব এইজন ব্যক্তিৰ এইখন ৩৭ নম্বৰ বিয়া। ইয়াৰ পূৰ্বে ব্যক্তিজনে ৩৬ বাৰ বিয়া কৰাইছিল। অবিশ্বাস্য যেন লাগিলেও এয়ে সচাঁ। বৰ্তমান এইজন ব্যক্তিৰ আছে ২৮ গৰাকী পত্নী। আৰু সন্তান আছে ১৩৫ টা। নাতি-নাতিনী আছে ১২৬ টা। এই বিয়াখনে সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।।

You might also like
Leave A Reply

Your email address will not be published.