➡️১৫২০ চনৰ আজিৰ দিনটোতে ইটালীৰ চিত্ৰকৰ ৰাফেলৰ মৃত্যু হৈছিল। উল্লেখযোগ্য, ১৪৮৩ চনৰ এই দিনটোতে তেওঁৰ জন্ম হৈছিল।
➡️১৮৯৬ চনৰ ৬ এপ্ৰিল তাৰিখে এথেন্সত প্ৰথম আধুনিক অলিম্পিক আৰম্ভ হৈছিল। এই ক্ৰীড়া সমাৰোহ ১৫ এপ্ৰিললৈকে চলিছিল।
➡️১৯০৯ চনৰ এই দিনটোতে মাৰ্কিন অভিযাত্ৰী ৰবাৰ্ট পিয়েৰীৰ উত্তৰ মেৰুত প্ৰথম খোজ।
➡️১৯১৭ চনৰ ৬ এপ্ৰিল তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ জন্ম হৈছিল।
➡️১৯৯০ চনৰ এই দিনটোৰ পৰাই কলা-সংস্কৃতি বিষয়ক অসমীয়া সাপ্তাহিক ‘চিত্ৰ সংবাদ’ প্ৰকাশ পাইছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৬ এপ্ৰিল
Next Post
You might also like