আজি ২৭ এপ্ৰিল

➡️আজি দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
➡️১৫২১ চনৰ এই দিনটোতে ফিলিপাইনৰ ওচৰৰ মকেটান নামৰ দ্বীপত স্থানীয় অধিবাসীৰ লগত সংঘৰ্ষত পৰ্তুগীজ নাৱিক ফাৰ্ডিনাণ্ড মেগেলানৰ মৃত্যু হৈছিল।
➡️১৭৯১ চনৰ ২৭ এপ্ৰিল তাৰিখে টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰীজ মৰ্চৰ জন্ম হৈছিল।
➡️১৮০৬ চনৰ আজিৰ দিনটোতে মুক্তিযুঁজাৰু মণিৰাম দেৱানৰ জন্ম হৈছিল।
➡️১৯০৮ চনৰ এই দিনটোতে লণ্ডনত চতুৰ্থ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই অলিম্পিকৰ সামৰণি পৰে ৩১ অক্টোবৰত।
➡️১৯১০ চনৰ ২৭ এপ্ৰিল তাৰিখে মাৰ্কিন সাহিত্যিক মাৰ্ক টোৱেইনৰ মৃত্যু হৈছিল।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকাৰ দেশ টোগোৰ স্বাধীনতা লাভ।
➡️১৯৮৯ চনৰ এই দিনটোতে বাংলাদেশত প্ৰবল ঘূৰ্ণিত নিহত হৈছিল ৫০০ লোক ।

You might also like
Leave A Reply

Your email address will not be published.