ছয়মাইলত আটক ড্ৰাগছ ব্যৱসায়ী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান। ছয়মাইলৰ আনন্দপুৰত ড্ৰাগছ সহ দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দৰঙৰ এজন যুৱকক

ধৃত ইনামুল হক নামৰ যুৱক জনৰ পৰা আৰক্ষীয়ে ৫৫ গ্ৰাম ড্ৰাগছ ,২০০ টা খালি কণ্টেইনাৰৰ লগতে নগদ ৮৫ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.