আজি ৩ মে

➡️এই দিনটো বিশ্ব এজমা দিৱস হিচাপে পালন কৰা হয়।
➡️আজিৰ দিনটো সংবাদপত্ৰৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৪৬৯ চনৰ আজিৰ দিনটোতে ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলো মেকিয়াভেলিৰ জন্ম হৈছিল।
➡️১৪৯৪ চনৰ ৩ মে’ তাৰিখে কলম্বাছৰ জামাইকা আৱিষ্কাৰ। কলম্বাছে ইয়াৰ নাম দিছিল ‘ছেণ্ট লাগো’।
➡️১৭৬৫ চনৰ এই দিনটোতে ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ আগমন আৰু বংগৰ গৱৰ্নৰ পদত অধিষ্ঠিত। ইয়াৰ আগতে ১৭৬০ চনৰ ২৫ ফেব্ৰুৱাৰীত তেওঁ ভাৰত ত্যাগ কৰিছিল।
➡️১৯১৩ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ (নিৰ্বাক) ‘ৰাজা হৰিশ্চন্দ্ৰ’ৰ মুম্বাইত মুক্তি লাভ। ছবিখনৰ নিৰ্মাতা দাদা চাহেব ফাল্কে।
➡️১৯৩৪ চনৰ ৩ মে’ তাৰিখে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হৈছিল।
➡️১৯৩৯ চনৰ এই দিনটোতে কংগ্ৰেছৰ সৈতে মতানৈক্য হোৱাত সুভাষ চন্দ্ৰ বসুৰ কংগ্ৰেছ ত্যাগ আৰু ফৰৱাৰ্ড ব্লক গঠন।
➡️১৯৬৫ চনৰ আজিৰ দিনটোতে অসমত ব্…

 

You might also like
Leave A Reply

Your email address will not be published.