আজি ৪ মে’

➡️আজিৰ দিনটো খনি শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৯৯ চনৰ ৪ মে’ তাৰিখে ইংৰাজৰ সৈতে হোৱা যুদ্ধত মহীশূৰৰ (বৰ্তমানৰ কৰ্ণাটক) চুলতান টিপু চুলতানৰ মৃত্যু হৈছিল।
➡️১৮৫৪ চনৰ এই দিনটোতে আনুষ্ঠানিকভাৱে প্ৰকাশ প্ৰথমটো ভাৰতীয় ডাকটিকট। সেই বছৰতেই কলকাতাত ভাৰতৰ প্ৰথমটো আধুনিক ডাকঘৰ মুকলি কৰা হয়। ইয়াৰ পূৰ্বে ডাকসেৱাৰ বাবে প্ৰথমটো কাৰ্যালয় খোলা হৈছিল ১৭৭৪ চনৰ ৩১ মাৰ্চত।
➡️১৯২৪ চনৰ ৪ মে’ তাৰিখে পেৰিছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহৰ সামৰণি পৰে ২৭ জুলাইত।
➡️১৯২৭ চনৰ আজিৰ দিনটোতে ‘একাডেমী অব মোছন পিকচাৰ আৰ্ট এণ্ড ছাইন্স’ গঠন কৰা হৈছিল। এই অনুষ্ঠানেই প্ৰদান কৰে অস্কাৰ বঁটা।
➡️১৯৩১ চনৰ এই দিনটোতে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰূপে কামাল পাছাৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৪২ চনৰ ৪ মে’ তাৰিখে ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম হৈছিল।
➡️১৯৫৩ চনৰ আজিৰ দিনটোতে ‘অ’ল্ড মেন এণ্ড …

 

You might also like
Leave A Reply

Your email address will not be published.