আজি ২২ মে’

➡️আজিৰ দিনটো য়েমেনৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৪৫ চনৰ এই দিনটোতে ভাৰতৰ শূৰ বংশীয় সম্ৰাট, দক্ষ প্ৰশাসক শ্বেৰ শ্বাহৰ মৃত্যু হৈছিল।
➡️১৮৫৯ চনৰ ২২ মে’ তাৰিখে ইংৰাজ ৰহস্য ঔপন্যাসিক আৰু চিকিৎসক ছাৰ আৰ্থাৰ কনান ডয়ালৰ জন্ম হৈছিল।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী সাহিত্যিক ভিক্টৰ হুগোৰ মৃত্যু হৈছিল।
➡️১৯২৭ চনৰ এই দিনটোতে চীনত ভূমিকম্পত প্ৰায় ২,০০,০০০ লোকৰ মৃত্যু হৈছিল।

 

You might also like
Leave A Reply

Your email address will not be published.