আজি ২৫ মে’

➡️আজি আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দিৱস।
➡️এই দিনটো জৰ্ডানৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১০৮৫ চনৰ ২৫ মে’ তাৰিখে ইটালীত পোপ সপ্তম গ্ৰেগৰীৰ মৃত্যু হৈছিল।
➡️১৬১১ চনৰ আজিৰ দিনটোতে শ্বেৰ আফগানৰ বিধৱা মেহৰুন্নিছাৰ সৈতে মোগল সম্ৰাট জাহাংগীৰৰ বিবাহ হৈছিল। বিয়াৰ পিছত মেহৰুন্নিছাই ‘নুৰজাহান’ নাম গ্ৰহণ কৰে।
➡️১৮৯৯ চনৰ এই দিনটোতে বিদ্ৰোহী বাংলা কবি নজৰুল ইছলামৰ জন্ম হৈছিল।
➡️১৯০৬ চনৰ ২৫ মে’ তাৰিখে প্ৰখ্যাত ভাস্কৰ তথা চিত্ৰশিল্পী ৰামকিংকৰ বেজৰ জন্ম হৈছিল।
➡️১৯২৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট শিক্ষাবিদ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ পাটনাত মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ এই দিনটোতে ৰাছিয়াৰ প্ৰথম প্ৰশাসনিক ক্ষমতাসম্পন্ন ৰাষ্ট্ৰপতিৰূপে মিখইল গৰ্বাছেভ নিৰ্বাচিত হৈছিল।
➡️১৯৯১ চনৰ ২৫ মে’ তাৰিখে উৰিয়া সাহিত্যৰ খ্যাতনামা লেখক কালিন্দীচৰণ পাণিগ্ৰাহীৰ ৯০ বছৰ বয়সত মৃত্যু হৈছিল। ৰাজনীতিবিদ নন্দিনী স…

 

You might also like
Leave A Reply

Your email address will not be published.