আজি ২৬ মে’

➡️১৭০৯ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট মহম্মদ শ্বাহ আৰু ইৰানৰ শাসক নাদিৰ শ্বাহৰ মাজত হোৱা এক চুক্তিৰ পৰিণতিত আফগানিস্তান ভাৰতৰ পৰা পৃথক হৈছিল।
➡️১৭৯৯ চনৰ এই দিনটোতে ৰাছিয়ান সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ জন্ম হৈছিল।
➡️১৮০৫ চনৰ ২৬ মে’ তাৰিখে নেপোলিয়ন ইটালীৰ সম্ৰাট হৈছিল।
➡️১৮৯৬ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ অন্তিমজন জাৰ দ্বিতীয় নিকোলাছৰ সিংহাসনত আৰোহণ।
➡️১৯৫৭ চনৰ এই দিনটোতে ভাৰতত জনতা বীমাৰ প্ৰৱৰ্তন কৰা হৈছিল।
➡️২০০১ চনৰ ২৬ মে’ তাৰিখে শান্তি আলোচনাৰ পূৰ্বে এল টি টি ইৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী নাকচ শ্ৰীলংকান চৰকাৰৰ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে এক শান্তি চুক্তিৰ জৰিয়তে ছুডানৰ ২১ বছৰীয়া গৃহযুদ্ধৰ অৱসান।।

 

You might also like
Leave A Reply

Your email address will not be published.