১৬৩১ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মমতাজৰ মৃত্যু হৈছিল। এওঁৰ স্মৃতিতে শ্বাহজাহানে তাজমহল নিৰ্মান কৰোৱায়।
১৯৭২ চনৰ এই দিনটোতে অসম বিধানসভাৰ শ্বিলঙত বহা বাজেট অধিৱেশনত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ আৰু পৰবৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিশপুৰত পতাৰ কথা ঘোষণা কৰা হৈছিল।
১৯৭৫ চনৰ ৭ জুন তাৰিখে ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা কৰা হৈছিল। ইয়াৰ পিছত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
১৯৮২ চনৰ আজিৰ দিনটোতে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হৈছিল।
১৯৮৬ চনৰ এই দিনটোতে সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃ্ত্যু হৈছিল।
১৯৯৭ চনৰ ৬ জুন তাৰিখে ফ্ৰেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবলছ খিতাপ লাভ।
২০০০ চনৰ আজিৰ দিনটোতে বৰ্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৭ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like