আজি ১০ জুন

➡️আজিৰ দিনটো পৰ্তুগালৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৩৬ চনৰ এই দিনটোতে ফৰাচী পদাৰ্থ-বিজ্ঞানী আৰু গণিতজ্ঞ আন্দ্ৰে-মেৰী এম্পিয়েৰৰ মৃত্যু হৈছিল।
➡️১৯৪৯ চনৰ ১০ জুন তাৰিখে নৰৱেৰ নোবেল জয়ী মহিলা ঔপন্যাসিক ছিগ্ৰিড উণ্ডছেটৰ জন্ম হৈছিল। ১৯২৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৬ চনৰ আজিৰ দিনটোতে ষ্টকহোমত ষষ্ঠদশ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ কৰা হৈছিল।
➡️১৯৭২ চনৰ এই দিনটোতে মুম্বাইৰ পৰা ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত, বিলাসবহুল যাত্ৰীবাহী জাহাজ ‘হৰ্ষবৰ্দ্ধন’ৰ যাত্ৰা আৰম্ভ ।
➡️১৯৮৩ চনৰ ১০ জুন তাৰিখে ব্ৰিটিছ সংসদৰ নিৰ্বাচনত ৰক্ষণশীল দলৰ নেত্ৰী মাৰ্গাৰেট থেচাৰৰ পুনৰ ক্ষমতা দখল।।

 

You might also like
Leave A Reply

Your email address will not be published.