আজি ২৭ জুন

➡️আজিৰ দিনটো জিবুটিৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৩৮ চনৰ এই দিনটোতে ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিৎ সিংহৰ মৃত্যু হৈছিল।
➡️১৮৮০ চনৰ ২৭ জুন তাৰিখে অন্ধ আৰু বধিৰ মাৰ্কিন লেখিকা হেলেন কেলাৰৰ জন্ম হৈছিল।
➡️১৯৬৪ চনৰ আজিৰ দিনটোতে নতুন দিল্লীৰ তিনমূৰ্তি ভৱন নেহৰু স্মৃতি মিউজিয়ামলৈ ৰূপান্তৰিত।
➡️১৯৬৫ চনৰ এই দিনটোতে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ মুখপত্ৰ ‘পিপুলছ ডেমক্ৰেচী’ৰ প্ৰথম প্ৰকাশ।
➡️১৯৭২ চনৰ ২৭ জুন তাৰিখে চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে সাংবাদিক, প্ৰসাৰ ভাৰতী ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নিখিল চক্ৰৱৰ্তীৰ ৮৪ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০৮ চনৰ এই দিনটোতে ভাৰতৰ ফিল্ড মাৰ্শ্বাল এছ এইচ এফ জে মানেকশ্ব’ৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.