আজি ২৮ জুন

➡️১৭১২ চনৰ আজিৰ দিনটোতেই ৰাজনীতিজ্ঞ, দাৰ্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ ছুইজাৰলেণ্ডত জন্ম হৈছিল।
➡️১৮৩৮ চনৰ এই দিনটোতে ‘বন্দে মাতৰম’ৰ ৰচয়িতা তথা প্ৰসিদ্ধ বাংলা লেখক বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল।
➡️১৮৬৭ চনৰ ২৮ জুন তাৰিখে ইটালীৰ সাহিত্যিক লুই পিৰানডেলোৰ জন্ম হৈছিল। ১৯৩৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯২৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম হৈছিল।
➡️১৯৭২ চনৰ এই দিনটোতে বিশিষ্ট পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবীশৰ মৃত্যু হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে জম্মুত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৪ জন লোক নিহত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.