আজি ২ জুলাই

➡️১৫৬৬ চনৰ আজিৰ দিনটোতে ফৰাচী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্ট্ৰাডামাছৰ মৃত্যু হৈছিল।
➡️১৭৫৭ চনৰ এই দিনটোতে মহম্মদ বেগৰ ছুৰীকাঘাতত বংগৰ নবাব ছিৰাজোদ্দৌল্লাৰ মৃত্যু হৈছিল।
➡️১৭৭৮ চনৰ ২ জুলাই তাৰিখে দাৰ্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ ফ্ৰান্সত মৃত্যু হৈছিল।
➡️১৮৪৩ চনৰ আজিৰ দিনটোতে হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰক ছেমুৱেল হেনিমেনৰ মৃত্যু হৈছিল।
➡️১৯০৪ চনৰ এই দিনটোতে ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আণ্টন চেখভৰ মৃত্যু হৈছিল।
➡️১৯৬১ চনৰ ২ জুলাই তাৰিখে মাৰ্কিন গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ আত্মহত্যা।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ উপন্যাস ‘দা মেৰিঅ’ৰ লেখক পুজৰ ৭৮ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জীৱকান্ত গগৈৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.