আজি ৮ জুলাই

➡️১৬৯৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হৈছিল। ১৬৫৭ চনত হাইজেন্সে প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়াই।
➡️১৮২২ চনৰ এই দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ মৃত্যু হৈছিল।
➡️১৮৮৯ চনৰ ৮ জুলাই তাৰিখে বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ প্ৰকাশ।
➡️১৯২৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল।
➡️১৯২৮ চনৰ এই দিনটোতে সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হৈছিল।
➡️১৯৭৮ চনৰ ৮ জুলাই তাৰিখে বিনয় বৰ্গৰ তৃতীয়বাৰৰ বাবে উইম্বলডন খিতাপ অৰ্জন।
➡️২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত বিমান দুৰ্ঘটনাত ১১৬ যাত্ৰী নিহত হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে শিল্পী, আবৃতিকাৰ ঈশান বৰুৱাৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.