আজি ১০ জুলাই

➡️আজিৰ দিনটো বাহামাৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৫৭ চনৰ এই দিনটোতে মীৰাটত চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিল।
➡️১৯৩৮ চনৰ ১০ জুলাই তাৰিখে খ্যাতিমান পদাৰ্থ-বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হৈছিল।
➡️১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰৰ জন্ম হৈছিল।
➡️১৯৬৫ চনৰ এই দিনটোতে গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হৈছিল।
➡️১৯৭৩ চনৰ আজিৰ দিনটোতে কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামাৰ স্বাধীনতা লাভ।।

 

You might also like
Leave A Reply

Your email address will not be published.