আজি ১৩ জুলাই

➡️১৯৭৭ চনৰ আজিৰ দিনটোতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ কৰা হৈছিল।
➡️১৯৯৫ চনৰ এই দিনটোতে সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু হৈছিল।
➡️১৮১২ চনৰ ১৩ জুলাই তাৰিখে বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ হেইনৰিখ লুই দা আৰেষ্টৰ মৃত্যু হৈছিল। তেৱেঁই প্ৰথম নেপচুন গ্ৰহৰ সন্ধান পাইছিল।
➡️১৯২১ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্যু হৈছিল। ১৯০৮ চনত তেওঁ পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
➡️২০০৪ চনৰ এই দিনটোতে প্ৰবল বানৰ ফলত ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.