আজি ১৮ জুলাই

➡️১৯১৮ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মাণ্ডেলাৰ জন্ম হৈছিল।
➡️১৯২৫ চনৰ এই দিনটোতে আডলফ হিটলাৰৰ আত্মজীৱনী ‘মাইন কাম্ফ’ৰ প্ৰথম প্ৰকাশ।
➡️১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ভাৰতত ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। চেন্নাইৰ পৰা সম্প্ৰচাৰ কৰা এই অনুষ্ঠান একে সময়তে দিল্লী দূৰদৰ্শনেও সম্প্ৰচাৰ কৰে।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে প্ৰাক্তন ‘মিছ ৱৰ্ল্ড’,অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হৈছিল।
➡️১৯৯৭ চনৰ এই দিনটোতে বিশিষ্ট ইংৰাজ লেখিকা জেনী অষ্টেনৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ১৮ জুলাই তাৰিখে ডঃ এ পি জে আব্দুল কালাম ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.